26.5 C
Assam
Tuesday, March 28, 2023

Featured News

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

Kaziranga National Pak: First Rhino poaching case of 2023

On Monday, officials from the Assam forest...

অসমৰ বাবে সুখবৰ! IPLৰ নিলামত অসমৰ ৰিয়ান পৰাগৰ ৩.৮ কোটি টকাত নিলাম, কোনে কিনিলে ৰিয়ান পৰাগক

Assamese Newsঅসমৰ বাবে সুখবৰ! IPLৰ নিলামত অসমৰ ৰিয়ান পৰাগৰ ৩.৮ কোটি টকাত নিলাম, কোনে কিনিলে ৰিয়ান পৰাগক

অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ (Riyan Parag)ক কিনিলে ৰাজস্থান ৰয়েলছে।

৩.৮ কোটি টকাত ৰাজস্থান ৰয়েলছে কিনিলে ৰিয়ান

ৰিয়ানৰ বাবে ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত হৈছিল টনাটনি।

অসমৰ পৰা IPLত অংশ লোৱা একমাত্ৰ খেলুৱৈ হৈছে ৰিয়ান পৰাগ।

এতিয়ালৈ ৪ খন আইপিএলত অংশ লোৱা ৰিয়ান পৰাগে এতিয়ালৈ কেৱল ৰাজস্থান ৰয়েলছৰ হৈ খেলি আছে।

২০১৯ চনৰ পৰা ২০২২লৈ ৰাজস্থান ৰয়েলছত অলৰাউণ্ডাৰ হিচাপে খেলি আছে অসমৰ ৰিয়ান।

২০১৯ চনত ২০ লাখ, ২০২০ চনত ২০ লাখ, ২০২১ চনত ২০ লাখ টকাত নিলাম হোৱা ৰিয়ান পৰাগ এইবাৰ একেকোবে ৩.৮ কোটি টকাত নিলাম হ’ল। নিলামৰ দামত হিমালয় লংঘী গ’ল অসমৰ ৰিয়ান পৰাগে।

ৰিয়ান পৰাগৰ বেছ প্ৰাইচ আছিল ৩০ লাখ টকা।

IPLৰ ইতিহাসত অৰ্ধশতক কৰা সৰ্ব কনিষ্ঠ খেলুৱৈৰ অভিলেখ ৰচি থৈছে ৰিয়ান পৰাগে। ১৭ বছৰ ১৭৫ দিনত ৫০ ৰাণ কৰি এই অভিলেখ ৰচিছিল ৰিয়ানে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!