অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ (Riyan Parag)ক কিনিলে ৰাজস্থান ৰয়েলছে। ৩.৮ কোটি টকাত ৰাজস্থান ৰয়েলছে কিনিলে ৰিয়ান ৰিয়ানৰ বাবে ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত হৈছিল টনাটনি। অসমৰ পৰা IPLত অংশ লোৱা একমাত্ৰ খেলুৱৈ হৈছে ৰিয়ান পৰাগ। এতিয়ালৈ ৪ খন আইপিএলত অংশ লোৱা ৰিয়ান পৰাগে এতিয়ালৈ কেৱল ৰাজস্থান ৰয়েলছৰ হৈ খেলি আছে। ২০১৯