Tag: tarun gogoi

অৱশেষত পঞ্চভূতত বিলীন হ’ল তৰুণ গগৈ, পুত্ৰ গৌৰৱ গগৈয়ে কৰিলে মুখাগ্নি, অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে সকলোৱে

অৱশেষত পঞ্চভূতত বিলীন হ’ল তৰুণ গগৈ, পুত্ৰ গৌৰৱ গগৈয়ে কৰিলে মুখাগ্নি, অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে সকলোৱে

হেৰাই গ’ল সেই হাঁহি ভৰা মুখ খন। সকলোকে সম দৃষ্টিৰে চোৱা আধুনীক অসমৰ স্ৰষ্টা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অৱশেষত পঞ্চভূতত বিলীন হ’ল। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য। পুত্ৰ গৌৰৱ গগৈয়ে কৰে পিতৃৰ মুখাগ্নি। জনসমুদ্ৰত পৰিণত হ’ল শ্মশানস্থলী। উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত

“অসমৰ প্ৰথম মানুহ, যি মোক দম দিলেও মোৰ ভাল লাগে”- আৱেগিক হৈ এইদৰে ক’লে জুবিনে

“অসমৰ প্ৰথম মানুহ, যি মোক দম দিলেও মোৰ ভাল লাগে”- আৱেগিক হৈ এইদৰে ক’লে জুবিনে

“মাজে মাজে মোক দম দিয়ে। তেওঁৰ দমটো আকৌ ভাল লাগে। অসমত প্ৰথম মানুহ তেওঁ চাগে, যিয়ে দম দিলেও ভাল লাগে।”– সোমবাৰে জিএমচিএইচত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ সৈতে কটোৱা দিনবোৰৰ কথা সুঁৱৰি এইদৰে আৱেগিক মন্তব্য কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে। শিল্পীগৰাকীয়ে লগতে কয়- ‘মই তেওঁক সদায় ছাৰ বুলিয়ে মাতিছিলোঁ। মোৰ কিবা