গুৱাহাটী টাইমছ সম্পাদকীয় সাতবিহু গ’ল যদিও ৰাজ্যত এতিয়াও চলি আছে বিহুৰ নামত সাংস্কৃতিক অনুষ্ঠানবোৰ। বতাহ-বৰষুণৰ মাজতো প্ৰায়সংখ্যক সাংস্কৃতিক অনুষ্ঠানতে দেখা পোৱা গৈছে অজস্ৰ দৰ্শকৰ ভিৰ। এইবৰ্ষত চৰ্চাৰ শীৰ্ষত আছে একাংশ দৰ্শকৰ বোকানৃত্য। বৰষুণে বোকাময় কৰা বিহু ফাংচনস্থলীত লুতুৰি পুতুৰি হৈ নাচিছে বহু যুৱকে। বিশেষকৈ জুবিন গাৰ্গৰ সংগীতানুষ্ঠানসমূহত দেখা পোৱা গৈছে
Tag: ZUBEEN GARG
বিহুমঞ্চত আৰু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক দেখিবলৈ পোৱা নাযাব নেকি? বৰ্তমান সেই প্ৰশ্নই উদ্বিগ্ন কৰি তুলিছে বহুতকে। কাৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ চান্দা সংগ্ৰহ কৰি অনুষ্ঠান পতাৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনোৱাৰ পিছতে অহা বছৰৰ পৰা বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন নকৰাৰ কথা ঘোষণা কৰিছে জুবিন গাৰ্গে। অসমৰ
নতুন চিনেমাৰ কামত ব্যস্ত হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। কামৰ মাজতে কামপুৰৰ কপিলী নৈত সাতুৰিলে জুবিনে। ৰাজনীতিক বিষয় হিচাপে লৈ নিৰ্মাণ হ’বলগীয়া পৰৱৰ্তী চিনেমাত জুবিনে এগৰাকী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিব। ইপিনে সমগ্ৰ বিশ্বত সাংবাদিকৰ ৰূপ সলনি হোৱা বুলি মন্তব্য কৰি জুবিনে লগতে কয় যে সমাজত এতিয়াও সত, নিৰ্ভীক আৰু সাহসী সাংবাদিক আছে।
“মাজে মাজে মোক দম দিয়ে। তেওঁৰ দমটো আকৌ ভাল লাগে। অসমত প্ৰথম মানুহ তেওঁ চাগে, যিয়ে দম দিলেও ভাল লাগে।”– সোমবাৰে জিএমচিএইচত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ সৈতে কটোৱা দিনবোৰৰ কথা সুঁৱৰি এইদৰে আৱেগিক মন্তব্য কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে। শিল্পীগৰাকীয়ে লগতে কয়- ‘মই তেওঁক সদায় ছাৰ বুলিয়ে মাতিছিলোঁ। মোৰ কিবা