গুৱাহাটী মহানগৰীৰ পাছত এইবাৰ টীয়কত ফুটিল পানীৰ পাইপ

গুৱাহাটী মহানগৰীৰ পাছত এইবাৰ টীয়কত ফুটিল পানীৰ পাইপ

টীয়কৰ প্ৰতিবেদক ৩০ জুন /২৩

গুৱাহাটী মহানগৰীৰ পাছত এইবাৰ টীয়কত ফুটিল পানীৰ পাইপ l

মুখ্যমন্ত্ৰীৰ হুংকাৰৰ পিছতো গা নলৰিক NHIDCL ৰ।

পুনৰ নিম্নমানৰ কামৰ বাবে মেৰামতিৰ ২৪ ঘণ্টা পাৰ নৌ হওঁতেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হ’ল বৃহৎ গাঁত।

টীয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তলেৰে যোৱা পানী পৰিবাহী পাইপ ফাটি গাঁতত সোমাল ট্ৰাক।

NHIDCL ৰ নিম্নমানৰ কামৰ বাবে জিয়াতু ভুগিছে উজনিলৈ যোৱা পথছাৰীয়ে।

কোনোমতে ভয়ংকৰ দূৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল পথাচাৰী।

কেৱল নিৰ্দেশনাতে ক্ষান্ত নাথাকি প্ৰকৃততে কিদৰে উজনিৰ আয়ুস ৰেখা স্বৰূপ ৰাষ্ট্ৰীয় ঘাই পথৰ কাম চলি আছে তাক প্ৰত্যক্ষ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনতাৰ।

GTM Desk