তিনিচুকীয়াত বৃহৎ পৰিমাণৰ চুপাৰি, বিদেশী চিগাৰেটসহ এজনক আটক
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত RPF-ৰ অভিযান। বৃহৎ পৰিমাণৰ চুপাৰি, বিদেশী চিগাৰেটসহ এজনক আটক। অভিযানত জব্দ ১ কুইণ্টল চুপাৰি, ৫০ বাণ্ডিল পেৰিজ চিগাৰেট, ৪৮ বাণ্ডিল উইনচ্ চিগাৰেট।
গুৱাহাটী টাইমচ