অহা শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ’ব আন্তজিলা যাতায়াতঃ মুখ্যমন্ত্ৰী

অহা শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ’ব আন্তজিলা যাতায়াতঃ মুখ্যমন্ত্ৰী

 অহা শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ’ব আন্তজিলা যাতায়াত। ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

উল্লেখ্য যে বিগত বর্ষত ক’ভিড সংক্রমণ ব্যাপক হাৰত বৃদ্ধি পোৱাৰ সময়ত বন্ধ কৰা হৈছিল আন্তঃজিলা পৰিবহণ৷ ক’ভিড আক্রান্ত লোক যাতে এখন জিলাৰ পৰা গৈ আন এখন জিলাত কোনো ব্যক্তিক সংক্রমিত কৰিব নোৱাৰে, তাৰ বাবে এই পদক্ষেপ গ্রহণ কৰা হৈছিল৷ ইয়াৰ ফলত ক’ভিড সংক্রমণ কিছু পৰিমাণে হ্রাস পোৱা পৰিলক্ষিত হৈছিল৷

GTM Desk

Related