আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, ২২টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ

আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, ২২টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ

আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। ২৮টা সমষ্টিৰ ২২টাত আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ৬টা সমষ্টিত ইতিমধ্যে বিজেপি বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। আজি পুৱাৰে পৰা বেলট পেপাৰৰ জৰিয়তে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ মুঠ ৮৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। মুঠ ভোটাৰৰ সংখ্যা ১,৪১,১২৪ গৰাকী। ৬টা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী প্ৰাৰ্থী হৈছে বিজেপি প্ৰাৰ্থী।

GTM Desk

Related