উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..
- উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা
- সুৰাপান কৰি গাড়ী চলাই চালকে শুৱালকুচিৰ পৰা মঙলদৈ অভিমুখে গৈ আছিল AS01FL4544 নম্বৰৰ ওৱেগেনাৰ বাহনখন ।
- কোনোমতে প্ৰাণ ৰক্ষা পৰিল দুই আৰোহীৰ ।
গুৱাহাটী টাইমচ