কেমেৰাৰ সন্মুখত কৈ গ’ল ধৰ্ষণকাণ্ডৰ শিহৰণকাৰীবৰ্ণনা
কেমেৰাৰ সন্মুখত কৈ গ’ল ধৰ্ষণকাণ্ডৰ শিহৰণকাৰীবৰ্ণনা, ২০১৮ চনৰ এটা ধৰ্ষণৰ গোচৰ লৈ আৰক্ষী থানাই থানাই এগৰাকী নাবালিকা, আৰক্ষীৰ বিৰুদ্ধে ন্যায় নোপোৱাৰ অভিযোগ তুলি অৱশেষত কাষ চাপিল সংবাদ মাধ্যমৰ!