‘কোনো কাৰণতে বলৱৎ হ’বলৈ দিয়া নহ’ব নাগৰিকত্ব সংশোধনী আইন’ : অখিল গগৈ
‘কোনো কাৰণতে বলৱৎ হ’বলৈ দিয়া নহ’ব নাগৰিকত্ব সংশোধনী আইন’।
‘CAAৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিব ৰাইজৰ দল’।
কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ এক ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া অখিল গগৈৰ।