গহপুৰত কংগ্ৰেছ বিজেপি উভয় দলৰে বৃহৎ সমদল

গহপুৰত কংগ্ৰেছ বিজেপি উভয় দলৰে বৃহৎ সমদল

গহপুৰত কংগ্ৰেছ বিজেপি উভয় দলৰে বৃহৎ সমদল

গহপুৰৰ বিভিন্ন অঞ্চলত ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ দুয়োটা দলেই আজি অন্তিম দিনাৰ নিৰ্বাচনী প্ৰচাৰত নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰে । এই শক্তি প্ৰদৰ্শনৰ অংশ হিচাপে দুয়োটা দলেই বৃহৎ সমদল বাহিৰ কৰে। গহপুৰৰ সকলো পঞ্চায়তত বাহিৰ দুয়োটা দলেই আজি সমদল বাহিৰ কৰি ভোটাৰক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰা দেখা যায়।

উল্লেখযোগ্য যে গহপুৰত ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছৰ মাজতে মুল যোজখন হব।

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam