গুৱাহাটীত উপস্থিত দিল্লী কেপিটেলছৰ দল। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হ’ব দিল্লী কেপিটেলছ।

গুৱাহাটীত উপস্থিত দিল্লী কেপিটেলছৰ দল। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হ’ব দিল্লী কেপিটেলছ।

গুৱাহাটীত উপস্থিত দিল্লী কেপিটেলছৰ দল।

দিল্লীৰ পৰা বিশেষ বিমানযোগে উপস্থিত বৰঝাৰ বিমানবন্দৰত।

বৰঝাৰৰ পৰা আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত লৈ যোৱা হয় হোটেল তাজলৈ।

 

GTM Desk