গোলাঘাটৰ এগৰাকী বোৱাৰীক লৈ এখন গাঁৱত হুলস্থূল। মুম্বাইলৈ গৈ প্ৰস্তুত কৰিলে বিশেষ ভিডিঅ’

গোলাঘাটৰ এগৰাকী বোৱাৰীক লৈ এখন গাঁৱত হুলস্থূল। মুম্বাইলৈ গৈ প্ৰস্তুত কৰিলে বিশেষ ভিডিঅ’

যোৰহাটৰ যুৱতীৰ পাছত এইবাৰ গোলাঘাটৰ বোৱাৰীৰ নিৰ্লজ্জ কাণ্ড। কৰ্মৰ সন্ধানত মায়ানগৰী মুম্বাইলৈ বুলি গৈ পৰ্ণ ছাইটত ওলাইছে বোৱাৰীগৰাকীৰ অশ্লীল ভিডিঅ’। ইতিমধ্যে ইন্টাৰনেটত ভাইৰেল হৈ পৰিছে সেই ভিডিঅ’।

জানিব পৰা অনুসৰি, কৰ্মৰ সন্ধানত ৫ বছৰৰ পূৰ্বে মুম্বাইলৈ গৈছিল মহিলাগৰাকী। পিছে সেইগৰাকী মহিলাৰে এতিয়া কেইবাটাও অশ্লীল ভিডিঅ’ আপলোড হৈছে পৰ্ণ ছাইটত। উৰিয়ামঘাটৰ মধ্যমপুৰ সোণোৱাল গাৱৰ এই বোৱাৰীগৰাকীৰ ভিডিঅ’ই লজ্জানত কৰিছে গাৱখনৰ লগতে সকলোকে। ইতিমধ্যে গাৱখনত বোৱাৰীগৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৰাইজে। পিছে কৰ্মৰ সন্ধানত মুম্বাইলৈ গৈ কিদৰে অশ্লীল ছবি জগতত সোমাই পৰিল তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

GTM Desk