চলিত এছিয়া কাপ ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে অধিনায়কৰ ৰূপত দেখা গ’ল ধোনীক

চলিত এছিয়া কাপ ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে অধিনায়কৰ ৰূপত দেখা গ’ল ধোনীক

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

চলিত এছিয়া কাপ ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে অধিনায়কৰ ৰূপত দেখা গ’ল ধোনীক ।

ধোনীয়ে ২০১৭ চনৰ জানুৱাৰী মাহত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ অধিনায়কৰ দায়িত্ব এৰিছিল যদিও মঙ্গলবাৰে হঠাৎ সকলোকে আচৰিত কৰি ভাৰতীয় টীম মেনেজমেন্টে ধোনীক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰে।

SPORTS DESK, GUWAHATI TIMES