জামুগুৰিহাটত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত এজন, আহত এজন…

জামুগুৰিহাটত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত এজন, আহত এজন…

জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা।

জামুগুৰিহাটৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।

এখন আৰ্টিকা বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন যুৱক।

আনহাতে আহত হৈছে আন এজন।

দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS-12 P 7820।

GTM Desk

Related