জীৱনত সফল হবলৈ ভগৱান শ্ৰী ৰামৰ জীৱনৰ ব্যৱহাৰিক নীতিসমূহ জানি লওক

জীৱনত সফল হবলৈ ভগৱান শ্ৰী ৰামৰ জীৱনৰ ব্যৱহাৰিক নীতিসমূহ জানি লওক

ভগৱান শ্ৰী ৰামৰ জীৱনৰ পৰা বহু কথাই শিকিবলৈ পোৱা যায়।বিশেষকৈ প্ৰভূ শ্ৰী ৰামৰ দ্বাৰা-ব্যৱহাৰিক নীতিসমূহ। এয়াই কাৰণ আছিল যে-কঠিন পৰিস্থিতিটো তেওঁ সফল আছিল। ( Religious Studies )

ভগৱান শ্ৰী ৰামৰ এই গুণসমূহ শিকিব লাগে।

১)সকলোৰে লগত হাঁহি মুখত লৈ লগ কৰা।

২/সকলোৰে নামটো মনত ৰখা,আৰু তেওঁলোকক সেই নামেৰে সম্বোধন কৰা।

৩/আনৰ কথা ধ্যান দি শান্ত মনেৰে শুনা।

৪/সকলোৰে প্ৰতি সঁচা নিষ্টা ৰখা।

৫/সকলোকে সন্মান কৰা। ( Religious Studies )

৬/কাকোৱে নিজৰ বিচাৰ মানি লবলৈ তৰ্ক বা বিবাদৰ সহায় লব নালাগে।

৭/উচ্চ আদৰ্শ আৰু সিদ্ধান্তক পালন কৰিবলে,প্ৰতিটো কষ্টক সহিবলৈ প্ৰস্তুত হৈ থাকিব লাগে।

৮/আনৰ বিচাৰ আৰু ভাৱনাৰ প্ৰতি সঁচা সহানুভূতি ৰাখিব লাগে।

৯/আনৰ দৃষ্টিৰ দ্বাৰা ঘটনা বা বস্তুক দেখাৰ প্ৰয়াস কৰিব লাগে।

১০/নিজৰ ভুলক শীঘ্ৰে স্বীকাৰ কৰি লব লাগে।

১১)আনৰ বিচাৰৰ প্ৰতি আদৰৰ ভাবনা থাকিব লাগে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

GTM Desk

Related