নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ।
নগাঁও টাউন আৰক্ষীয়ে চহৰ খনৰ মিছন মাৰ্কেটত অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু কফচিৰাফ জব্দ কৰে।
ধৃত ড্ৰাগছ ব্যৱসায়ী কেইটা হ’ল মনিৰুল ইছলাম, আব্দুল হানিফ আৰু মুছলিমউদ্দিন ।
গুৱাহাটী টাইমচ