বিধান সভা নিৰ্বাচনৰ তাৰিখ আজি ঘোষিত হব।

বিধান সভা নিৰ্বাচনৰ তাৰিখ আজি ঘোষিত হব।

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

মিজোৰাম, ছত্তিশগড়,মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ বিধান সভা নিৰ্বাচনৰ তাৰিখ আজি ঘোষিত হব।

নতুন দিল্লীত অনুষ্ঠিত এক সংবাদ মেলত নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিব নিৰ্বাচনৰ তাৰিখসমূহ।

NATIONAL DESK, GUWAHATI TIMES.