মৰিগাঁও বৰঙাবাৰী 73 নং গাওঁ পঞ্চায়ত অগপ ৰ অন্তিম নিৰ্বাচনী কুচকাৱাজ।

মৰিগাঁও   বৰঙাবাৰী 73 নং গাওঁ  পঞ্চায়ত অগপ ৰ অন্তিম নিৰ্বাচনী কুচকাৱাজ।

মৰিগাঁও বৰঙাবাৰী 73 নং গাওঁ পঞ্চায়ত অগপ ৰ অন্তিম নিৰ্বাচনী কুচকাৱাজ।

মৰিগাঁও বৰঙাবাৰী 73 নং গাওঁ পঞ্চায়ত অসম গণ পৰিষদে অন্তিম দিনা বৃহত্তৰ সমদলে নিৰ্বাচনী প্ৰচাৰ কৰে। এই নিৰ্বাচনী প্ৰচাৰত গাওঁৰ জেষ্ঠব্যক্তিসকলকে ধৰি যুবক -যুবতী সকলোৱে অংশগ্ৰহণ কৰে । অগপ জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰিল চৌপাশ। সভানেত্ৰী পদত প্ৰতিদন্দিতা কৰিছে নিলীমা বৰা আৰু আঞ্চলিক গাওঁ পঞ্চায়তৰ সদস্যা পদত প্ৰতিদন্দিতা কৰিছে অনিতা দাস।

মৰিগাওঁৰ পৰা সঞ্জয় কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

 

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam