সুখৰ সময়! বুদ্ধ পূৰ্ণিমাৰ পৰা ৫ ৰাশিৰ লোকৰ জীৱনলৈ আহিব অত্যন্ত সুখ!
২৩ মে’ বৃহস্পতিবাৰে এইবাৰ বুদ্ধ পূৰ্ণিমা। গংগাত স্নান কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।
বৈশাখ পূৰ্ণিমাৰ দিনা ছাতি, আম আৰু কাপোৰ দান কৰাটো অতি শুভ হব পাৰে এই দিনটো অতি শুভ বুলি গণ্য কৰা হয়।
মা লক্ষ্মীৰ কৃপাত জীৱন অতি সুন্দৰ আৰু সুৰক্ষিত হ’ব পাৰে। বুদ্ধ হৈছে বিষ্ণুৰ নৱম অৱতাৰ। এই বুদ্ধ পূৰ্ণিমাৰ দিনা সৰ্বৰ্থ সিদ্ধি যোগ অতি শুভ হ’ব পাৰে।
এতিয়া চাওঁ কোনবোৰ ৰাশিয়ে সুখৰ মুখ দেখিব।
মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহি আছে ভাল সময়। মানুহে লাভজনক দিশ দেখিব। নতুন গাড়ী ক্ৰয় কৰাৰ ইচ্ছা পূৰণ হ’ব।
মিথুন ৰাশিৰ জাতক-জাতিকাৰ জীৱন আগৰ তুলনাত অচতি সুন্দৰ হ’ব। আৰ্থিক পৰিস্থিতি আগৰ তুলনাত আৰু ভাল হ’ব।
কৰ্কট ৰাশিৰ জাতক-জাতিকাৰ অৰ্থনৈতিক দুৰৱস্থাৰ অৱসান ঘটিব। আৰ্থিক সুবিধা পাব আৰু মানসিক চাপও কমি যাব।
ধনু ৰাশিৰ জাতক-জাতিকাৰ জীৱনত অতি উত্তম সময় আহিব। ৰোগৰ পৰা পৰিত্ৰাণ লাভ কৰিব। কৰ্ম জীৱনত অত্যন্ত ভাল সময় আহিব।
মীন ৰাশিৰ জাতক-জাতিকাৰ আৰু দুগুণ সুযোগ লাভ কৰিব। সকলো দিশৰ পৰা সুযোগ সুবিধা লাভ কৰিব। মুঠতে জীৱনলৈ সকলো ধৰণৰ সুখ আহিব।
ওপৰোক্ত কথাসমূহ Guwahati Times আপোনাক মানিবলৈ বাধ্য কৰা নাই। নিজৰক বিচাৰ বুদ্ধিৰে সিদ্ধান্ত গ্ৰহণ কৰিব।