34.6 C
Assam
Sunday, May 28, 2023

Featured News

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

টাইমছ ফেশ্বন সপ্তাহত কেট-ৱক গুৱাহাটীৰ বিপাশাৰ

-অসম তথা উত্তৰ পূবৰ পৰা শ্ব’ ষ্টপাৰলৈ-টাইমছ...

অনাতাঁৰ শিল্পী গুণ শইকীয়াৰ মৃত্যু

Assamese Newsঅনাতাঁৰ শিল্পী গুণ শইকীয়াৰ মৃত্যু

নগাঁৱৰ বেবেজীয়াৰ কুৰুৱাবাহীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ বৰ্ষীয়ান শিল্পী গৰাকীৰ ।

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ৬৭ বছৰ বয়সত জীৱন নাটৰ সামৰণি ।

গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ গীতিমালিকা অনুষ্ঠানৰ নিয়মীয়া শিল্পী আছিল গুণ শইকীয়া ।

অংকীয়া ভাওনাৰ দক্ষ অভিনেতাও আছিল তেওঁ ।

ৰাজ্যৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!