fbpx
January 17, 2021

অসমত আকৌ ৩২জন কোভিড পজিটিভ, সুস্থ হৈছে ৬১জন

  • অসমত শনিবাৰে আকৌ ৩২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ৰাজ্যত উক্ত দিনটোত কোৰোনাত আক্ৰান্ত হৈ ৪জন লোকে হেৰুৱাইছে প্ৰাণ।
  • ইফালে, অসমত সুস্থ হৈছে ৬১জন লোক।
  • ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৬৮০৯জনলৈ পাইছে বৃদ্ধি।
  • আনহাতে, সুস্থ হোৱা লোকৰ সংখ্যা ২১২৮০৬জন লোক।
  • উল্লেখ্য যে, অসমত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৭০জনলৈ বৃদ্ধি পাইছে।
error: Content is protected !!