32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

অসমত মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে পোৱা নাই 6 মাহতকৈ অধিক মাহৰ দৰমহা ।

Assamese Newsঅসমত মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে পোৱা নাই 6 মাহতকৈ অধিক মাহৰ দৰমহা ।

চৰকাৰৰ হাতত বিহু পাতিব 100 কোটি টকা আছে কিন্তু কষ্ট কৰি খোৱা ৰন্ধন কৰ্মচাৰীক প্ৰাপ্য দিব পইচাৰ অভাৱ ।

চৰকাৰে প্ৰয়োজন নোহোৱা স্বত্বেও কাম নকৰা মহিলা সকলক অৰুনোদই আঁচনি দি আছে কিন্তু মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ মাহৰ 1500 টকা মুকলি কৰি দিব নোৱাৰে ।

সততে পইচাৰ অভাৱ নাই বুলি জহাই ফুৰা চৰকাৰৰ খনৰ দিনত নিজৰ প্ৰাপ্য বিচাৰি সংবাদমেল যোগেদি চৰকাৰৰ ওচৰত দাবী জনাব লগীয়া হৈছে ।

বিহু আৰু ঈদ পালন কৰিব বাবে হাতত ফুটা কড়ি এটাও নাই মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ হাতত ।

নিজৰ প্ৰাপ্য বিচাৰি ৰাজপথত তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ।

সংবাদমেল যোগেদি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!