28 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

অসমৰ গামোছাই আনুষ্ঠানিকভাৱে লাভ কৰিলে GI-TAGৰ প্ৰমাণপত্ৰ

Assamese Newsঅসমৰ গামোছাই আনুষ্ঠানিকভাৱে লাভ কৰিলে GI-TAGৰ প্ৰমাণপত্ৰ

অসমৰ গামোছাক আনুষ্ঠানিকভাৱে GI TAG প্ৰদান।

মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰিলে প্ৰমাণপত্ৰ।

সৰুসজাইত আজি উখল মাখল পৰিৱেশৰ মাজতে এই প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

GI-REG পেটেণ্টৰ কন্ট্ৰোলাৰ জেনেৰেল আজি আনুষ্ঠানিকভাৱে অসমৰ গামোছাৰ GI TAGৰ প্ৰমাণপত্ৰ প্ৰদান কৰে।

২০২২ চনৰ ডিচেম্বৰত অসমৰ গামোছাই লাভ কৰিছিল GI TAG।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!