আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

1 min read

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিবেশন৷ বহুকেইখন উন্নয়ন পৰিষদৰ বিল সদনত উত্থাপন কৰিব সৰ্বানন্দ সোণোৱাল চৰকাৰে৷ বিভিন্ন বিষয়ত শাসক পক্ষক শ’লঠেকত পেলাবলৈ সাজু বিৰোধী কংগ্ৰেছ-AIUDF।

You May Also Like

More From Author