আপুনি যদি মহাদেৱৰ পূজা কৰে, তেতিয়া এই কেইটা কথা মনত ৰাখিব, নহলে মহাদেৱ ৰুষ্ট হব…

আপুনি যদি মহাদেৱৰ পূজা কৰে, তেতিয়া এই কেইটা কথা মনত ৰাখিব, নহলে মহাদেৱ ৰুষ্ট হব…

সোমবাৰৰ দিনা হৈছে, মহাদেৱৰ দিন। এই দিনত মহাদেৱক সন্তোষ কৰিবলৈ পাৰিলে, মহাদেৱৰ অশেষ কৃপা লাভ কৰিব পাৰে( Religious Studies )। সেয়ে এই সোমবাৰৰ দিনটোত কি কি কাম কৰিলে মহাদেৱ ৰুষ্ট হয়, সেয়া জানো আহক –

১/সোমবাৰৰ দিনা মহাদেৱৰ পূজা কৰাৰ দিন। এই দিনত সাপ নিধন নকৰিব। ইয়াৰ দ্বাৰা আপোনাৰ জীৱনলৈ অমংগল নামি আহিব পাৰে। কাৰণ সৰ্প হৈছে মহাদেৱৰ গলৰ মণি। যদিহে এই দিনত সাপ নিধন কৰে, তেন্তে মহাদেৱ ভীষণ ৰুষ্ট হয়। পৰাপক্ষত সোমবাৰে বা আন বাৰতো সৰ্প নিধন নকৰাই উচিত।

২/সোমবাৰে আমীষ আহাৰ গ্ৰহণ নকৰিব। ইয়াৰ দ্বাৰা মহাদেৱ অসন্তোষ হয়। আৰু ৰুষ্ট হয়। সেয়হে প্ৰত্যেক সোমবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰক। ( Religious Studies )

৩/যদি আপুনি মহাদেৱৰ পূজা কৰে, তেন্তে এই কথা জনাটো উচিত যে, মহাদেৱৰ উপবাস কৰিহে পূজা কৰা হয়। সেয়ে পূজা শেষ কৰিহে উপবাস শেষ কৰিব। পূজা শেষ নকৰাকৈ কেতিয়াও উপবাস শেষ নকৰিব। নহলে সেই পূজা বিফল হয়। যাৰ দ্বাৰা মহাদেৱ ৰুষ্ট হয়। মহাদেৱক সন্তোষ কৰিবলৈ হলে, প্ৰত্যেক সোমবাৰে মহাদেৱৰ ওচৰত এগচি শুদ্ধ ঘী প্ৰদীপ জ্বলাই “ঔঁ নমঃ শিৱায়”মন্ত্রটি ১০৮ বাৰ জপ কৰক। এনে কৰিলে মহাদেৱ অত্যন্ত সন্তোষ হয় আৰু আপোনাৰ যি দুখ আছে, সেয়া সকলো দূৰ কৰে

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

GTM Desk

Related