20.1 C
Assam
Wednesday, November 30, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

উচ্চ ন্যায়ালয়ৰ ভয়ংকৰ তথ্য! এনআৰচিত সোমাইছে ৪৭৯৫জন বিদেশীৰ নাম

Assamese Newsউচ্চ ন্যায়ালয়ৰ ভয়ংকৰ তথ্য! এনআৰচিত সোমাইছে ৪৭৯৫জন বিদেশীৰ নাম
  • এনআৰচিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভয়ংকৰ তথ্য।
  • এনআৰচিত সোমাইছে ৪৭৯৫জন ঘোষিত বিদেশীৰ নাম।
  • শপতনামাযোগে ন্যায়ালয়ক জনালে এনআৰচি কৰ্তৃপক্ষই।
  • মুঠ ১০১৯৯জন সন্দেহযুক্ত লোকৰ নাম পৰীক্ষা কৰিছিল এনআৰচি কৰ্তৃপক্ষই।
  • পৰীক্ষণৰ অন্তত ধৰা পৰে ৪৭৯৫ গৰাকী বিদেশী ঘোষিতৰ নাম।
  • এনাৰচিত অন্তৰ্ভুক্ত হৈছে অতিৰিক্ত ১০৩২জন অযোগ্য লোকৰ নাম।
  • বিসংগতিৰ বাবে ডাটা এন্ট্রী অ’পাৰেটৰক দোষ দিলে এনআৰচি কৰ্তৃপক্ষই।
  • আৰজিআইক বিসংগতিৰ তথ্য অৱগত কৰাইছে এনআৰচি কৰ্তৃপক্ষই।
  • চমৰীয়াত অযোগ্য ৬০হাজাৰ মানুহৰ নাম আছে অ’আইৰ তালিকাত।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: