22.5 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

এই ৪টা অভ্যাসৰ বাবে কোনো দিনে হাতত টকা নাথাকে !

Assamese Newsএই ৪টা অভ্যাসৰ বাবে কোনো দিনে হাতত টকা নাথাকে !

কথাত আছে মা লক্ষ্মী সম্পদৰ দেৱী বুলি মনা হয়, যি সংসাৰত মা লক্ষ্মীৰ কৃপা থাকে সেই সংসাৰত কেতিয়াওঁ অভাৱ নাথাকে ! কিন্তু মা লক্ষ্মীৰ কৃপা আহিবলৈ কিছুমান কাম কৰিব নালাগে, আৰু যদি সেই কাম সমূহ কৰে বা সেই নিয়ম সমূহ মানি নচলে তেনেহলে সংসাৰ অভাৱ আহিবলৈ বেছি দেৰি নালাগে ! সেই বাবে এই আর্টিকেলটো সম্পূর্ণ পঢ়িব আৰু নিয়ম সমূহ মানি চলিব –

প্রথম অভ্যাসটো হৈছে, শাস্ত্র অনুসৰি সূর্যোদয়ৰ আগত টোপনিৰ পৰা উঠাক শুভ বলি মনা, আমাৰ অভিভাৱক সকলে মুখত এই কথা প্রায়ে শুনিবলৈ পাও ! আনাহাতে দেৰিকৈ টোপোনিৰ পৰা উঠাক অশুভ বুলি মনা হয়, কথা আছে যি ব্যক্তি ৰাতিপুৱা দেৰিকৈ টোপোনিৰ উঠে তাৰ ওপৰত মা লক্ষ্মীৰ আশীর্বাদ বর্ষণ নকৰে, তাৰ লগতে সন্ধ্যাত সোণকালে শুৱাক অশুভ বুলি মনা হয় । যি ঘৰৰ পৰিয়ালে সন্ধ্যাৰ লগে লগে টোপোনি আহে তেওলোকৰ কেতিয়াও অভাৱে লগ নেৰে ।

দ্বিতীয় অভ্যাস হৈছে,
শুই উঠি বিছনাৰ পৰা নামিয়েই সেই ভূমিক প্ৰণাম কৰিব লাগে যি ভূমিত আমি ভৰি থম। সেই ধৰিত্ৰী আইক প্ৰণাম কৰিব লাগে কিয়নো আমি তেওঁক ভৰিৰে স্পৰ্শ কৰিছোঁ। কিয়নো আমি উপায়হীন। আমিতো ধৰিত্ৰী আইৰ ওপৰত ভৰি থবই লাগিব। গতিকে প্ৰথমে আই ধৰিত্ৰীক ক্ষমা বিচাৰি তেওঁৰ ওপৰত ভৰি থৈ খোজ দিব লাগে।

তিতীয় অভ্যাস হ’ল,
ঘৰৰ উত্তৰ দেৱালত লক্ষ্মীৰ ছবি দিব পাৰে বা আপোনাৰ মন্দিৰৰ উত্তৰ দেৱালত মা লক্ষ্মীৰ প্ৰতিমূৰ্তি লগাই দিব পাৰে। বাস্তুৰ মতে ই আপোনাৰ বাবে অত্যন্ত শুভ। ইয়াৰ ফলত আপোনাৰ আৰ্থিক সংকট নিমিষতে নাইকিয়া হ’ব।

চতুর্থ অভ্যাস হৈছে,
যদি আপুনি উত্তৰ-পূব দিশৰ বেৰত বাচন-বৰ্তন ৰাখে, তেন্তে ভবা হয় যে আপুনি মা লক্ষ্মীৰ কৃপা পাবলৈ গৈ আছে, যাৰ ফলত আপোনাৰ চিৰস্থায়ী অৰ্থনৈতিক সংকট নিমিষতে আঁতৰাই যায়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!