32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

একে দিনাই নগাঁও আৰক্ষীৰ তিনিটা পৃথক পৃথক ড্ৰাগছ বিৰোধী অভিযান

Assamese Newsএকে দিনাই নগাঁও আৰক্ষীৰ তিনিটা পৃথক পৃথক ড্ৰাগছ বিৰোধী অভিযান

শুক্ৰবাৰে চিলঙনী, কাতিমাৰী, ধিংগেটৰ আছীয়া হোটেলৰ সমীপৰ চলিছিল আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযান।

অভিযানত চাবোনৰ বাকচ সহ মুকলিকৈ অনা সন্দেহজনক হেৰ’ইণ জব্দ।

ঘটনাৰ লগত জড়িত তিনিজন ড‌্ৰাগছ সৰৱৰহকাৰী আটক কৰে আৰক্ষীয়ে।

আটকাধীন সৰৱৰহকাৰী কেইজন দিলদাৰ হুছেইন, ছিয়াজুল হক আৰু নাছিৰ উদ্দিন বুলি জানিব পৰা গৈছে।

আনুমানিক মুঠ ১৭৭ গ্ৰাম সন্দেহজনক হেৰ’ইণ জব্দ কৰা হৈছে বুলি হয়বৰগাঁও আৰক্ষী চকীত শুক্ৰবাৰে নিশা এক সংবাদমেল আৱগত কৰে নগাঁও আৰক্ষীয়ে।

সম্প্ৰতি আটাইকেইজন সৰৱৰহকাৰীক সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখ্য যে তাৰে নাছিৰ উদ্দিন ঘৰ ডবকাৰ সূতাৰ গাৱত হোৱাৰ বিপৰীতে বাকী সৰৱৰহকাৰী দুজনৰ ঘৰ নগাঁৱৰ চিলঙনী আৰু কাতিমাৰীত।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!