41.3 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ওদালগুৰিৰ পানেৰীত ৰঙালীক আদৰিবলৈ পূৰ্ণ গতিৰে চলিছে প্ৰস্তুতি

Assamese Newsওদালগুৰিৰ পানেৰীত ৰঙালীক আদৰিবলৈ পূৰ্ণ গতিৰে চলিছে প্ৰস্তুতি

চাওঁতে চাওঁতে আহি পালেহি বাপতিসাহোন ৰঙালী বিহুতি | কেইটামান মুহুৰ্ত বাকী আছে হেপাহৰ বহাগ বিহুলে | ৰঙালীক আদৰিবলৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছে ব্যাপক প্ৰস্তুতি | ভিন্ন প্ৰান্তত এতিয়া ঢোল পেপা তালৰ মাতেৰে মূখৰিত হৈ পৰিছে | চেনেহৰ বিহুটিত এপাক নাচিবলৈ চলিছে কৰ্মশালা | পিছপৰি ৰোৱা নাই ওদালগুৰিৰ জীয়ৰী-বোৱাৰী | জিলাখনৰ পানেৰীৰ দেওঁলখোলাত কণ কণ মইনাৰ পৰা বোৱাৰীলৈকে সকলোৱে বিগত ২০ দিন ধৰি বিহু কৰ্মশালাৰ জৰিয়তে বিহুত এপাক নাচিবলৈ চলাইছে পূৰ্ণ প্ৰস্তুতি | মহিলা সকলেওঁ বিগত বহু বছৰৰ পৰাই জেং বিহু পৰিৱেশন কৰি অহা বুলি জানিবলৈ দিয়ে |

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!