কলাক্ষেত্ৰত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

0 min read
  • কলাক্ষেত্ৰত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী।
  • পুৱা ১০.২৫বজাত নেতাগৰাকী উপস্থিত হয় কলাক্ষেত্ৰত।
  • গগৈৰ নশ্বৰ দেহত প্ৰণাম জনাই জনালে শেষ শ্ৰদ্ধা।
  • উল্লেখ্য যে, তৰুণ গগৈৰ মৃত্যুৰ লগে লগে এগৰাকী শিক্ষক হেৰুৱালো বুলি টুইট কৰিছিল ৰাহুল গান্ধীয়ে।
  • শ্ৰদ্ধা জনাই দুঘন্টা সময়ৰ পাছতে পুনৰ উভতি যাবগৈ ৰাহুল গান্ধী।

You May Also Like

More From Author