38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

কাকজানত অচেতন অৱস্থাত যুৱকক উদ্ধাৰ l

Assamese Newsকাকজানত অচেতন অৱস্থাত যুৱকক উদ্ধাৰ l

টীয়কৰ প্ৰতিবেদক ২ এপ্রিল /২৩

টীয়কৰ কাকজান বেচাপতি পথত আৰোহণ একাডেমীৰ পাছফালে আজি অচেতন অৱস্থাত পৰি থকা এজন যুৱক উদ্ধাৰ হয়।যুৱকজন পৰি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীক ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈ যুৱকজনক কাকজান হস্পিতাললৈ লৈ আহে যদিও কাকজান হস্পিতালত চিকিৎসকে বহু চেষ্টা কৰিও চেতনা ঘূৰাই আনিব নোৱাৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

প্ৰায় ২৪ বছৰীয়া যুৱকজন মৃদুল আলী আৰু ঘৰৰ কাকজান কমাৰখাটোৱালত বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে উদ্ধাৰৰ অৱস্থাত যুৱকজনে অধিক মদ্যপান কৰি আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে আৰু নিচাতে এইদৰে অচেতন হৈ পৰি আছিল বুলি সন্দেহ কৰিছে।ইপিনে ইতিমধ্যে যুৱকজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!