17.9 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

কেলেংকাৰিত জড়িত থকাৰ অভিযোগত আই এ এছ বিষয়াকে ধৰি চাৰি এ চি এছ বিষয়াক নিলম্বন

Assamese Newsকেলেংকাৰিত জড়িত থকাৰ অভিযোগত আই এ এছ বিষয়াকে ধৰি চাৰি এ চি এছ বিষয়াক নিলম্বন

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তদন্ত ক্ষীপ্ৰতাৰে কৰি থকাৰ মাজতে আজি ৰাজ্য চৰকাৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এগৰাকী আই এ এছ বিষয়াকে ধৰি চাৰি এ চি এছ বিষয়াক নিলম্বন কৰে ৷

নিলম্বিত আই এ এছ বিষয়া গৰাকী হ’ল শেৱালি দেৱী শৰ্মা ৷ আনহাতে নিলম্বন হোৱা এ এচি এছ বিষয়া চাৰি গৰাকী হৈছে কামৰূপ জিলাৰ প্ৰশাসনিক বিষয়া মুনীন্দ্ৰ বৰদলৈ, অসম সচিবালয়ৰ উপ-সচিব শৰ্মিষ্ঠা বৰা,কামৰূপৰ অতিৰিক্ত উপায়ুক্ত সুকন্যা বৰা আৰু জ্যেষ্ঠ প্ৰসাসনিক বিষয়া হেমন্ত কুমাৰ দত্ত ৷

উল্লেখ্য যে,মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ পাছতে ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে নিলম্বন কৰে বিষয়া কেইগৰাকীক ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!