25.8 C
Assam
Wednesday, August 17, 2022

Featured News

Mental Health Awareness Initiative Art After Dark 6.0 Held In Guwahati

Storyweavers organised the sixth edition of Art...

Pramod Boro Flags Off CEM’s Super 50 For UPSC Coaching To Delhi

An orientation programme for selected aspirants of...

CF Moto launches first sports bike showroom at Guwahati

Guwahati: CF Moto a premium sports bike...

গহপুৰত পল্লব লোচন দাসৰ নিৰ্বাচনী প্ৰচাৰ

Top Newsগহপুৰত পল্লব লোচন দাসৰ নিৰ্বাচনী প্ৰচাৰ

গহপুৰত পল্লব লোচন দাসৰ নিৰ্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে ব্যতিক্ৰম নহয় তেজপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস ও।আজি গহপুৰৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলাই পল্লৱ লোচন দাসে । তেওঁক সংগ দিয়ে গহপুৰৰ বিধায়ক উৎপল বৰাই। প্ৰচাৰ সভাত বহু সংখ্যক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। #gohpur #bjp #assam

Madhab Sarma Report- Guwahati Times

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: