23.2 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

গুৱাহাটীৰ পৰা কেদাৰনাথলৈ খোজেৰে যাত্ৰা অজয়ৰ

Assamese Newsগুৱাহাটীৰ পৰা কেদাৰনাথলৈ খোজেৰে যাত্ৰা অজয়ৰ

হাঁহিমুখে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আগবাঢ়িছে এজন যুৱক ।এয়া তেওঁৰ যাত্ৰাৰ চতুৰ্থটো দিন । গুৱাহাটীৰ পৰা কেদাৰনাথলৈ পদপথে আগবাঢ়িছে গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ অজয় দে’ । জীৱনৰ বাবে এটা অভিজ্ঞতা মনতে সাচি ৰখাৰ বাবে ১৩০০ৰো অধিক কিলোমিটাৰ খোজকাঢ়ি গৈ কেদাৰনাথ দৰ্শন কৰিব যুৱকজনে ।

দেহৰ সমস্ত ভাগৰ পাহৰি এটি মিচিকিয়া হাঁহিৰে আজি নলবাৰীত উপস্থিত হ’ল যুৱকজন ।নলবাৰীৰ হাইৱেৰ কদমতল চ’কত এইদৰে বাটৰুৱাৰ সৈতে মত বিনিময়ো কৰিলে অজয়ে । জীৱনত হাৰ মানিব নোখোজা যুৱকজনে কষ্টকে জীৱনৰ সংগী হিচাপে লৈ লক্ষ্যস্থানত উপনীত হ’বলৈ চেষ্টা কৰিছে ।

মহাদেৱৰ একান্ত ভক্ত যুৱকজনক প্ৰত্যেক সময়তে এটি অদৃশ্য শক্তিয়ে সহায় কৰি আছে, যাৰ ফলশ্ৰুতিত তেওঁ লক্ষ্যস্থানত উপনীত হ’ব পাৰিব বুলি দৃঢ়তাৰে মন্তব্য আগবঢ়ায় ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!