28.6 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত ৱাটছ এপৰ নতুন পদক্ষেপ…

Assamese Newsগোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত ৱাটছ এপৰ নতুন পদক্ষেপ...

মোবাইল ব্যৱহাৰকাৰী সকলৰ বাবে যোগাযোগৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হৈছে ৱাটছ এপ । বৰ্তমানৰ সময়ত ই এক শক্তিশালী যোগাযোগৰ মাধ্যমত পৰিগণিত হৈছে । এই মাধ্যমটোৰ ব্যৱহাৰকাৰীসকলে এপটো ব্যৱহাৰ যাতে কৰি অধিক সুৰক্ষিত অনুভৱ কৰিব পাৰে তাৰ বাবে শেহতীয়াকৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এপটোৰ কৰ্তৃপক্ষই ।

এতিয়াৰে পৰা ব্যৱহাৰকাৰীয়ে কথোপকথনৰ গোপনীয়তাৰ ৰক্ষাৰ ক্ষেত্ৰত চিন্তা কৰিব লগা কোনো কাৰণ নাই । কিয়নো এতিয়াৰে পৰা আপুনি নিবিচৰা চেট, নাইবা মেছজ কোনো লোকেই আপোনাৰ ফোন ব্যৱহাৰ কৰি চাব নোৱাৰিব । বিশেষ চেটৰ ক্ষেত্ৰত আপুনি লক কৰি থব পাৰিব ।

এই লক কৰি থোৱা ফল্ডাৰৰ মেছজ কোনোও চাব নোৱাৰিব । সোমবাৰে এক ফেচবুক পষ্টযোগে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!