গোসাইগাওঁত ৱাকফ্ সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ

গোসাইগাওঁত ৱাকফ্ সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ

সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশত ৰাজ্যজুৰি গ্ৰহণ কৰা প্ৰতিবাদৰ অংশস্বৰূপে গোসাইগাওঁতো জামে মছজিদতো বিধেয়ক দাহন কাৰ্যসূচী গ্ৰহণ কৰে।

ৱাকফ্ সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী আমছুৰ।

ৱাকফ্ মুছলমানৰ সম্পত্তি, ৱাকফ্ মুছলমানৰ পূৰ্ব পুৰুষে দি যোৱা সম্পত্তি। ইয়াক কোনো সংশোধনীৰ প্ৰয়োজন নাই বুলি দাবী উত্থাপন কৰি চৰকাৰে এই বিল বাতিল নকৰিলে তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আমছুৰ।

GTM Desk

Related