গোসাইগাৱঁত আৰক্ষীৰ অভিযানত গৰু সহ ট্ৰাক জব্দ
গোসাইগাওঁ ২৫ জুলাইঃ কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ সদৰ চহৰৰ সংলগ্ন সাপট ব্ৰিজৰ সমিপত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা আৰক্ষীয়ে অভিযান চলাই পোৱালী সহ ২১ টা গৰু সহ ইউ পি ৭৮ডিটি/২৫৫৫ নম্বৰৰ এখন ট্ৰাক জব্দ কৰে ৷