চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজনৰ বিপৰীতে আহত…

চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজনৰ বিপৰীতে আহত…

চতিয়াত শোকাৱহ পথ দুৰ্ঘটনা ৷

দুই বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন ৷

নিহত লোকজন চতিয়াৰ বোকাবিলৰ চবিলাল চুব্বা বুলি জানিব পৰা গৈছে ৷

আনখন বাইকৰ চালকজনো আহত হৈছে দুৰ্ঘটনাটোত ৷

দুৰ্ঘটনা সংঘটিত হয় চতিয়াৰ ভকত গাৱঁৰ সমীপত ৷

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

GTM Desk

Related