35.5 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

চানক্য নীতি: আপোনাৰো আছে নেকি এইকেইটা অভ্যাস? আজিয়েই পৰিহাৰ কৰক, ধনবান হ’ব অতি সহজে…

Assamese Newsচানক্য নীতি: আপোনাৰো আছে নেকি এইকেইটা অভ্যাস? আজিয়েই পৰিহাৰ কৰক, ধনবান হ’ব অতি সহজে…

চানক্য নীতি: আপোনাৰো আছে নেকি এইকেইটা অভ্যাস? আজিয়েই পৰিহাৰ কৰক, ধনবান হ’ব অতি সহজে…

জীৱনত বহুতেই সফলতা লাভ কৰিবলৈ চানক্যৰ নীতি অনুসৰণ কৰা দেখা যায়।মানুহৰ জীৱন সম্পৰ্কে বহু নীতি দি হৈছে চানক্যই।

মানুহৰ জীৱনত হৈ থকা আৰ্থিক সমস্যা দুৰ কৰিবলৈ চানক্যই বাখ্যা আগবঢ়াই গৈছে। চানক্যৰ মতে প্ৰত্যোক মানুহে চাফ-চিকুনতাৰ প্ৰতি গুৰুত্ব দিব লাগে।

লেতেৰা কাপোৰ পৰিধান কৰা লোকৰ ওচৰলৈ লক্ষ্মী নাহে। এনে লোক সকলো ফালৰ পৰা তিৰস্কাৰ পাই সেয়ে সদায় চাফ-চিকুন কাপোৰ পৰিধান কৰিব লাগে।
যি সকল লোকে নিজৰ দাঁত লেতেৰা কৰি ৰাখে তেওঁলোকেও আৰ্থিক সমস্যাৰ সন্মুখীন হয়। সেইবাবে দাঁত চাফ-চিকুন কৰি থ’ব লাগে।
প্ৰয়োজনতকৈ বেছিকৈ খোৱা লোকে কেতিয়াও ধনবান নহয়। খাদ্য সদায় ভোকৰ ওপৰত লক্ষ্য কৰিহে খাব লাগে।
যি সকল লোকে কঠোৰ বাক্য কয় তেওঁলোকেও আৰ্থিক সমস্যাৰ সন্মুখীন হয়।
বেছিকৈ শুৱা লোকেও আৰ্থিক সমস্যাৰ সন্মুখীন হয়। বিশেষকৈ সন্ধিয়া সময় শুৱাটো অত্যন্ত ভুল।
বিশ্বাসঘাটকতা আৰু বেয়া পথৰে অৰ্জন কৰা ধন বেছি দিনলৈ নাথাকে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!