30.2 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

চিলঙনীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

Assamese Newsচিলঙনীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

চিলঙনীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষী এটা দলে চিলঙনীত চলাইছিল এই অভিযান।

অভিযানত চাবোনৰ বাকচ সহ আটক ড্ৰাগছ সৰৱৰাহকাৰী।

আটকাধীন ড্ৰাগছ সৰৱৰাহকাৰীটোৰ নাম দিলদাৰ হুছেইন।

সৰৱৰাহকাৰী টোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ১২৩. ৮৫ গ্ৰাম সন্দেহজনক ড্ৰাগছ।

সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ড্ৰাগছ সৰৱৰাহকাৰীটোক

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!