38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

জামিন লাভ কৰিলে শৃংখল চলিহাই…

Assamese Newsজামিন লাভ কৰিলে শৃংখল চলিহাই...

জামিন লাভ কৰিলে শৃংখল চলিহাই। আজি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল শৃংখল চলিহাক। আদালতে জামিন প্ৰদান কৰে বীৰ লাচিত সেনাৰ নেতাজনক। আজি পুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শৃংখলক। ধনদাবীৰ গোচৰত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শৃংখল চলিহাক। গ্ৰেপ্তাৰৰ পিছতে বীৰ লাচিত সেনাৰ নেতাজনক হাজিৰ কৰোৱা হৈছিল আদালতত।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!