30.2 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

জিলা পৰিবহণ বিভাগৰ আজৱ কাণ্ড, বায়ু আৰু শব্দ প্ৰদূষণৰ নামত ই–ৰিক্সাৰ পৰা কাটিলে চালান

Assamese Newsজিলা পৰিবহণ বিভাগৰ আজৱ কাণ্ড, বায়ু আৰু শব্দ প্ৰদূষণৰ নামত ই–ৰিক্সাৰ পৰা কাটিলে চালান

জিলা পৰিবহণ বিভাগৰ আজৱ কাণ্ড। বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণৰ নামত ই–ৰিক্সাৰ পৰা কাটিলে চালান। ১০ হাজাৰ টকাৰ চালান কাটিলে এজন লোকৰ। ইয়াকে লৈ ছয়মাইল উৰণীয়া সেঁতুৰ তলত অৰ্ধশতাধিক ই–ৰিক্সা চালকে প্ৰতিবাদ সাব্যস্ত কৰে। জিলা পৰিবহণ বিভাগৰ বিষয়াৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।

বিগত দুটা দিনত জিলা পৰিবহন বিভাগে জব্দ কৰিছে পাঁচ শতাধিক ই–ৰিক্সা। ১০ৰ পৰা ২০ হাজাৰ টকা পৰ্যন্ত বিহিছে জৰিমনা। উপায়হীন হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৰিক্সা চালকসকলে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!