38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

জোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই নগাওঁ আৰক্ষীত ব্যাপক ৰদবদলৰ নিৰ্দেশ লীনা দ’লেৰ

Assamese Newsজোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই নগাওঁ আৰক্ষীত ব্যাপক ৰদবদলৰ নিৰ্দেশ লীনা দ'লেৰ

সমগ্ৰ ৰাজ্য কপাই যোৱা জোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই নগাঁও আৰক্ষীত বৃহৎ ৰদবদলৰ নিৰ্দেশ নগাঁওৰ আৰক্ষী অধীক্ষক লীনা দ’লেৰ । কনিষ্টবল পৰ্যায়ৰ ১৪৮ গৰাকী আৰক্ষীক তৎকালীনভাৱে স্থানান্তৰ কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে ।

অসম আৰক্ষী আইন, ২০০৭ৰ ৪৬ নং দফাৰ অধীনত গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাছত জিলাখনৰ ভিতৰতেই ৰদবদল কৰা হৈছে আৰক্ষীসকলক । এই সন্দৰ্ভত আৰক্ষী অধীক্ষক লীনা দ’লেই ১৭ মে’ত জাৰী কৰা এক নিৰ্দেশনা ইতিমধ্যে সামাজিক আৰু সংবাদ মাধ্যমত প্ৰকাশ হোৱা প্ৰত্যক্ষ কৰা হৈছে ।

উল্লেখ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ পাছত হোৱা এই ৰদবদলে এক গুৰুত্বপূৰ্ণ ইংগিত বহন কৰিছে নেকি সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে এতিয়া সচেতন মহলত ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!