ডিমা হাচাওৰ ডাওট’হাজা আৰু ফাইদিঙৰ মাজত দুৰ্ঘটনাগ্ৰস্ত মালবাহী ৰে’ল।

বিগ ব্ৰেকিং নিউজ

ডিমা হাচাওৰ ডাওট’হাজা আৰু ফাইদিঙৰ মাজত দুৰ্ঘটনাগ্ৰস্ত মালবাহী ৰে’ল।

বদৰপুৰ অভিমুখী মালবাহী ৰেলখনৰ ১৪টা ডবা লাইনচ্যুত হয়।

দুৰ্ঘটনাটোৰ ফলত ৰে’ল চলাচল ব্যাহত হৈ পৰিছে।