fbpx
October 23, 2021

ড্ৰাগচৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান ।

পলি ৰোডৰ আনন্দ নগৰৰ পৰা গ্ৰেপ্তাৰ ড্ৰাগচ মাফিয়াক ।

ধৃত ড্ৰাগচ মাফিয়াটো হৈছে ছৰিফুল হুছেইন ।

ধৃত ছৰিফুলৰ পৰা আৰক্ষীয়ে জব্দ কৰে ব্ৰাউন চুগাৰ , কণ্টেইনাৰৰ লগতে নিচাজাতীয় দ্ৰব্য ।

ইফালে মোৱামাৰী অঞ্চলটো অভিযান চলাই আৰক্ষীয়ে গাঞ্জাসহ আন এজন লোকক কৰায়ত্ত কৰে ।

ধৃত লোকজনৰ নাম হৈছে জহিৰুল ইছলাম ।

নগাঁৱৰ উপ আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাসৰ নেতৃত্বত চলিছিল এই অভিযান ।

error: Content is protected !!
%d bloggers like this: