34 C
Assam
Monday, May 29, 2023

Featured News

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

দুদিনৰ বাবে বন্ধ থাকিব কাজিৰঙাৰ ছাফাৰি সেৱা..

Assamese Newsদুদিনৰ বাবে বন্ধ থাকিব কাজিৰঙাৰ ছাফাৰি সেৱা..

কাজিৰঙালৈ এই বহু প্ৰকৃতিপ্ৰেমীয়ে ফুৰিব যায় । এই সময়ত ৰাষ্ট্ৰীয় উদ্যান খনত ভিৰ কৰেহি দেশী বিদেশী পৰ্যটকে । বৰ্তমানৰ সময়তো কাজিৰঙালৈ প্ৰতিদিনে শ শ পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয় ।

ফুৰিবলৈ আহি বহু পৰ্যটকে হাতী চাফাৰি জীপ চাফাৰি সহায়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা প্ৰাকৃতিক সৌন্দ্যৰ্যৰ লগতে জীৱ-জন্তু দৰ্শন কৰে । শেহতীয়া এক নিৰ্দেশনা অনুসৰি এপ্ৰিল মাহত দুটা দিনৰ বাবে ব্ন্ধ থাকিব সেৱাসমূহ । ৬ আৰু ৭ এপ্ৰিলত ফুৰিবলৈ অহা পৰ্যটকে লাভ নকৰিব এই সেৱা ।

উল্লেখ্য যে কঁহৰা, বাগৰিত বন্ধ থাকিব দুয়োটা সেৱা । ইয়াৰ পৰিৱৰ্তে ঘোঁৰাকাটি, বুৰাপাহাৰ, আগৰতলি ৰেঞ্জত অব্যাহত থাকিব সেৱাসমূহ ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!