ধূপধৰাত পথ দুৰ্ঘটনা। এল্ট’ আৰু ইক’ বাহনৰ মুখামুখি সংঘৰ্ষ। সংঘৰ্ষত গুৰুতৰভাৱে আহত ৮জনকৈ লোক। সংকটজনক অৱস্থাত আহতসকলক চিকিৎসালয়ত ভৰ্তি। Share this:FacebookTwitterWhatsAppMoreEmailLinkedInTelegram 2023-08-21