ধূপধৰাত পথ দুৰ্ঘটনা, এল্ট’ আৰু ইক’ বাহনৰ মুখামুখি সংঘৰ্ষ

ধূপধৰাত পথ দুৰ্ঘটনা, এল্ট’ আৰু ইক’ বাহনৰ মুখামুখি সংঘৰ্ষ

ধূপধৰাত পথ দুৰ্ঘটনা। এল্ট’ আৰু ইক’ বাহনৰ মুখামুখি সংঘৰ্ষ। সংঘৰ্ষত গুৰুতৰভাৱে আহত ৮জনকৈ লোক। সংকটজনক অৱস্থাত আহতসকলক চিকিৎসালয়ত ভৰ্তি।

GTM Desk

Related